২০২৪ চনৰ সাপ্তাহিক অনলাইন কুইজ প্ৰতিযোগিতাত আপোনাক স্বাগতম। প্ৰতিযোগিতাত ভাগ লৈ আপোনাৰ জ্ঞান আৰু দক্ষতা পৰীক্ষা কৰক। প্ৰতি সপ্তাহত নতুন নতুন প্ৰশ্নৰ সৈতে নিজকে পৰীক্ষা কৰক আৰু বিজয়ী হোৱা সুযোগ লাভ কৰক। যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা মোবাইল বা কম্পিউটাৰৰ জৰিয়তে সহজে অংশগ্ৰহণ কৰক।
Rules and Regulations (নিয়ম আৰু বিধি):
প্ৰতিযোগিতা প্ৰতি সপ্তাহত সোমবাৰে আৰম্ভ হয় আৰু দেওবাৰে পূৱা ১০.০০ বজাত শেষ হব। প্ৰতিজন প্ৰতিযোগীয়ে সপ্তাহটোৰ ভিতৰত যিকোনো সময়ত অংশগ্ৰহণ কৰিব পাৰে।
- সকলো প্ৰশ্ন এম চি কিউ (Multiple Choice Questions) ধৰণৰ হ'ব আৰু প্রতিটো প্রশ্নৰ ৪ টা বিকল্প দিয়া থাকিব।
- এটা শুদ্ধ উত্তৰ বাবত ৫ নম্বৰ থাকিব আৰু এটা অশুদ্ধ উত্তৰ বাবত বিয়োগ ৫ নম্বৰ থাকিব ।
- প্ৰতিজন প্ৰতিযোগীয়ে প্ৰশ্নৰ উত্তৰ দিবলৈ নিদিষ্ট সময় থাকিব।
- এটা প্ৰশ্নৰ উত্তৰ এবাৰ জমা দিয়াৰ পিছত, সংশোধন কৰিব নোৱাৰি। সেয়েহে উত্তৰ জমা দিয়াৰ আগতে সঠিক বিকল্প বাছনি কৰক।
- সপ্তাহটোৰ প্ৰত্যেক দেওঁবাৰে অন্তত সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ আৰু সময়ৰ ভিত্তিত বিজয়ী নিৰ্ধাৰণ কৰা হ'ব।কম সময়ৰ ভিতৰত সৰ্বাধিক শুদ্ধ উত্তৰ দিয়া ছাত্ৰ বা ছাত্ৰী বিজয়ী হ'ব।
- এজন ছাত্ৰ বা ছাত্ৰীয়ে সপ্তাহত মাত্ৰ এবাৰহে অংশগ্ৰহণ কৰিব পাৰিব।
- ক্ৰমান্বয়ে চলা প্ৰতিযোগিতাত যিকোনো প্ৰকাৰৰ প্রতাৰণা ধৰা পৰিলে প্ৰতিযোগীক অযোগ্য ঘোষণা কৰা হ'ব।
- প্ৰতিযোগিতাৰ তথ্য আৰু বিজয়ীৰ নাম অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰা হ'ব। ৱেবচাইটতৰ লিংক হল-www.unitybridge.site