aads

"UNITY BRIDGE"ৰ সহায়ত ১০ জন অৰ্থনৈতিকভাৱে পিৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি আৰু কলম বিতৰণ:

মানৱ জীৱনৰ মূল লক্ষ্য ' শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ। শিক্ষাৰ দ্বাৰাই সমাজৰ অগ্ৰগতি সম্ভৱ, আৰু এনে শিক্ষাৰ সুবিধা প্ৰদান কৰাটোহে আমাৰ সকলোৰে দায়িত্ব। অৰ্থনৈতিকভাৱে পিৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি আৰু কলম বিতৰণৰ দ্বাৰা শিক্ষাৰ প্ৰতি সহায় আৰু উৎসাহ যোগাৱা। দৰিদ্ৰ আৰু পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা সামগ্ৰী বিতৰণৰ কামত সজাগ হৈ থকাৰ বাবে এই প্ৰচেষ্টা চলোৱা।

১০ জন দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে পিৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি আৰু কলম বিতৰণৰ কামত সকলোৰ সহযোগিতা প্ৰয়োজন। আমাৰ চেষ্টাৰ ফলত এই বিতৰণৰ কাৰ্য সম্পন্ন কৰা হয়। সকলো সদস্যই মিলি কষ্ট কৰি, দৰিদ্ৰ পৰিয়ালৰ শিশু সকলৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

পুথি আৰু কলমৰ বিতৰণ কৰা মাত্ৰেই শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব আৰু তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰতি নতুন উদ্দীপনা আনিব। 

এই উদ্যোগৰ লগত "UNITY BRIDGE" কামবোৰো সমানুভূতি আৰু সহানুভূতিৰ ওপৰত আধাৰিত। আমি সদায় সমাজৰ পিছপৰা অংশলৈ সহায়ৰ হাত আগবঢ়াবলৈ চেষ্ঠা কৰা হৈছে। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত শিক্ষাৰ প্ৰতি এক নতুন বিশ্বাস জন্মাবলৈ চেষ্ঠা কৰা হৈছে।

এই বিতৰণৰ অনুষ্ঠানত স্থানীয় সমাজৰ বয়োজ্যেষ্ঠ আৰু সজাগ নাগৰিকসকলৰ উপস্থিতি আছিল। তেওঁলোকে এই উদ্যোগৰ প্ৰতি শুভেচ্ছা জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাৰ কামনা কৰে। সংগঠনটোৰ কামৰ প্ৰশংসা কৰি তেওঁলোকে সৰ্বাত্মক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। "UNITY BRIDGE য়ে এক সুস্থ, শিক্ষিত আৰু উন্নত সমাজ গঠনৰ কামত আগবাঢ়ি আহিছে